বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বিশ্ব দৰবাৰত বাগৰুম্বা নৃত্য

অসম চৰকাৰৰ বাগৰুম্বা নৃ্ত্যানুষ্ঠানৰ মহা আয়োজন। বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত এইবাৰ ১০০০০ ৰো অধিক নৃত্য শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব এই বাগৰুম্বা নৃত্যৰ অনুষ্ঠান । ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই বাগৰুম্বা নৃত্যৰ অনুষ্ঠান । এই বৃহৎ অনুষ্ঠানত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব […]
जुबीन गर्ग केस: सिद्धार्थ शर्मा पर ₹1.1 करोड़ फंड मिसयूज का आरोप

जुबीन गर्ग की रहस्यमयी मौत के मामले में नया और बड़ा खुलासा सामने आया है। मुख्य आरोपी सिद्धार्थ शर्मा पर करीब ₹1.1 करोड़ के फंड मिसयूज का गंभीर आरोप है। पुलिस के अनुसार, यह पैसा सिद्धार्थ और चेतन धीरचारिया की कंपनी Mahavir Aqua में लगाया गया। पूछताछ में सिद्धार्थ ने कबूल किया कि यह पैसा […]
Guwahati Sees Major Drop in Crime, Faster Justice Delivery in 2025

The year 2025 proved to be a landmark period for Guwahati’s law enforcement, as the Police Commissionerate recorded significant improvements in crime control, investigation speed, and prosecution outcomes. With focused patrolling, swift police response, and stronger coordination, the city witnessed a sharp decline in crime and increased public safety. Crime Cases Decline Steadily, Pending Cases […]
নৱবৰ্ষৰ দ্বিতীয়টো দিনতে বন বিভাগ তথা হোজাই জিলা প্রশাসনৰ উচ্ছেদ

ইংৰাজী নৱবৰ্ষৰ 2026 ৰ দ্বিতীয়টো দিনতে অর্থাৎ আজি ডবকাৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা বেদখল উচ্ছেদ আৰম্ভ কৰে বন বিভাগ তথা হোজাই জিলা প্রশাসনে। ইতিমধ্যে বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই ৫ হেজাৰ ৮০০ বিঘা ভূমি অবৈধ দখলত থকাৰ তথ্য উদ্ধাৰ কৰি ১২শৰো অধিক বেদখলকাৰীলৈ জাননী জাৰি কৰিছিল কিন্তু তাৰে ১৫০ ঘৰ লোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্তা […]
আজমল ফাউণ্ডেচনে সম্বৰ্ধনা জনায় ৫৫০ৰো অধিক মেধাৱী শিক্ষাৰ্থীক

NEET আৰু JEEত সফলতা লাভ কৰা আজমল ছুপাৰ ৪০ৰ ৫৫০ ৰো অধিক কৃৰ্তি শিক্ষাৰ্থীক আজমল ফাউণ্ডেচনৰ সম্বৰ্ধনা। হোজাইস্থিত মৰিয়ম আজমল ওৱমেনছ কলেজ অৱ চাইন্স এণ্ড টেকনলজিৰ চৌহদত এক গৌৰৱোজ্জ্বল আৰু বৃহৎ সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। আজমল ছুপাৰ–৪০ আঁচনিৰ জৰিয়তে আজমল ফাউণ্ডেচনে সম্বৰ্ধনা জনায় ৫৫০ৰো অধিক মেধাৱী শিক্ষাৰ্থীক NEET আৰু JEE–২০২৫ পৰীক্ষাত সফলতা অৰ্জন কৰি […]
ঘোষণা হ’ল Talent Search 2025 ৰ পৰীক্ষাৰ ফলাফল

ঘোষণা কৰা হ’ল “Human Resouce Development Institute” অধিনৰ Talent Search 2025 ৰ পৰীক্ষাৰ ফলাফল। এই Talent Search পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে গৌৰীপুৰৰ সুকন্যা Sukoon E- Ayaat । ফলাফল ঘোষনাৰ পিছতে ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰী গৰাকীয়ে। বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰীৰ লগতে পৰিয়ালৰ মাজতো আনন্দৰ এক পৰিবেশ দেখা গৈছে। সদৌ অসম ভিত্তিত […]
আজিৰে পৰা আৰম্ভ বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সোণালী জয়ন্তী

১৯৭০ চনতে অঞ্চলটোৰ কেইগৰাকীমান মহানুভৱ ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত জন্মলাভ কৰা বিশ্বনাথ চাৰিআলি নগৰ সমিতিখন ২০১১ চনত পৌৰসভালৈ উন্নীত হয়। বৰ্তমান ১২ টা ৱাৰ্ডৰে গঠিত হৈছে বিশ্বনাথ পৌৰসভা। ইতিমধ্যে ৫৫ বছৰ অতিক্ৰম কৰা পৌৰসভাখনৰ বহু আকাংক্ষিত সোণালী জয়ন্তী মহোৎসৱ আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। আজি ৫৫ খন পতাকা উত্তোলনৰে আৰম্ভ হয় সোনালী জয়ন্তীৰ কাৰ্যসূচী। […]
সোমবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ:

সোমবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। বিমান বন্দৰত গৃহমন্ত্ৰী গৰাকীক আদৰণী জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।কেইবাটাও প্রকল্প উদ্বোধন তথা দিনজোৰা কাৰ্যসূচীৰে সোমবাৰে ১১ বজাত উপস্থিত হয় গৃহমন্ত্ৰী গৰাকী। গৃহমন্ত্ৰী গৰাকী আহমেদাবাদৰ পৰা দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল যদিও কুঁৱলীৰ বাবে তেওঁৰ বিমানখন উৰণ কৰিব নোৱাৰাৰ বাবে তেওঁৰ ভ্ৰমণ সোমবাৰলৈ স্থগিত ৰখা […]
ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰৰ সমিপৰত বিচৰণ কৰা এজাক কামচৰাইৰ দৃষ্টিনন্দন ৰূপ

কাম চৰাই হৈছে এক উজ্জ্বল ৰঙৰ ৰঙা ঠোঁটযুক্ত আৰ্দ্ৰভূমিৰ চৰাই, যাক অসমীয়া লোককথা আৰু গীত-মাতত বহুলভাৱে উল্লেখ কৰা হৈছে, বিশেষকৈ “কাম চৰাই ৰঙা ঠোঁট” আদি শব্দবন্ধৰ বাবে জনপ্ৰিয়; ইয়াৰ উজ্জ্বল নীলা বা বেঙুনীয়া বৰণ আৰু ডাঙৰ ৰঙা ঠোঁটেৰে সহজে চিনাক্ত কৰিব পাৰি আৰু ই জলাশয়ৰ কাষত জাকে জাকে বিচৰণ কৰে । ঐতিহাসিক শিৱসাগৰৰ তলাতলঘৰৰ সমিপৰত […]
ধ্বংসস্তুপত পৰিণত হ’ল বিশ্বনাথৰ এটা মছজিদ

ৰাজ্যত উচ্ছেদ অভিযান এতিয়াও অপৰিৱৰ্তিত ৰূপত আছে। এইবাৰ বিশ্বনাথৰ নিজ বাঘমাৰীত চলিল প্ৰশাসনৰ বুলড’জাৰ । উল্লেখ্য যে, মুঠ ৭৩২ টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীলৈ প্ৰেৰণ কৰিছিল জাননী । ইয়াৰ পাছতেই একাংশ লোকে কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। ইয়াৰ পাছতে উচ্চ ন্যায়লয়ে উচ্ছেদ অভিযান স্থগিতাৰ্দেশ জাৰি কৰিছিল । অৱশেষত ,আজি ন্যায়লয়ৰ কাষ চপা ৬৮ […]