Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

নাজিৰাত বিহুৰ বতৰতে সন্ধানহীন উদিয়মান কন্ঠশিল্পী মিন্টু হাজৰিকা

নিজ গৃহৰ পৰাই সন্ধানহীন উদিয়মান যুৱ কন্ঠশিল্পী মিন্টু হাজৰিকা। মংগলবাৰে সন্ধিয়া প্ৰায় ৭ঃ৩০ বজাত নাজিৰা আমোলাপট্টি ৬ নং ৱাৰ্ডৰ নিজা বাসগৃহৰ পৰা ওলাই গৈ ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে যুৱ কন্ঠশিল্পী জন। শেহতীয়াকৈ ঘৰৰপৰা কিছুনিলগত দিখৌ নদীৰ সমীপত এযোৰ চেণ্ডেল উদ্ধাৰ হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক।উদ্ধাৰ হোৱা ছেণ্ডেল যোৰ উক্ত যুৱক জনৰে হব […]

Assam HS Results 2025: Baksa’s 95% Pass Rate Steals the Spotlight, Cachar at the Bottom

The Assam State School Education Board (ASSEB) officially announced the Higher Secondary (HS) Results 2025 today at 9 AM. The results for Arts, Science, Commerce, and Vocational streams are now available online for over 3 lakh students who appeared for the exams. Arts Stream: Highest Participation, Steady Performance A total of 2,26,756 students appeared in […]

মহিলাক অসন্মান নকৰিব, মুখ্যমন্ত্ৰীক সকীয়নি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনা কৰি মন্তব্য কৰিছিল যে কংগ্ৰেছৰ দিনত মহিলা সকলে বক্ৰ পথেৰে চাকৰি লৈছিল। চাকৰি ল’বৰ বাবে টকাৰ বাহিৰেও নকৰিবলগীয়া কাম কৰিছিল অসমৰ মহিলা সকলে। মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেজপুৰৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে মহিলা কংগ্ৰেছৰ […]

Assam HS 2025 Results to Be Declared Tomorrow at 9 AM: Here’s How to Check

The Assam State School Education Board (ASSEB) has officially announced that the results for the Higher Secondary (HS) 2025 examinations will be declared tomorrow, 30th April, at 9:00 AM. The results will cover all streams—Arts, Science, Commerce, and Vocational, bringing an anxious wait to an end for over 3 lakh students across Assam.This year, a […]

সাৱধান হওক, যদি আপোনাৰ আধাৰ কাৰ্ড আছে NRCত নাম নাই

অবৈধ, বিদেশী নাগৰিকক লৈ কঠোৰ ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নি। NRCত নাম নোহোৱা আৰু আধাৰ কাৰ্ড থকা সকললৈ মুখ্যমন্ত্ৰীৰ সকীয়নি। যিসকলে NRC নথকাকৈ আধাৰ কাৰ্ড বনাইছিল তেওঁলোকৰ আধাৰ নম্বৰ বিকল কৰা হ’ব। অবৈধ, বিদেশী নাগৰিকক চিনাক্তকৰণৰ বাবে কঠোৰ হব চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। কোনোপধ্যে NRCত নাম নথকা লোকক আধাৰ কাৰ্ড […]

বৰ্তমান জেলৰ আলহী বিধায়ক আমিনুল ইছলাম

আৰক্ষীৰ জালত বিধায়ক আমিনুল ইছলাম। বৃহস্পতি বাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধিঙৰ বিধায়কগৰাকীক। জন্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ ভাৰত বিৰোধী মন্তব্য কৰি বিপদত পৰিছে বিধায়ক আমিনুল ইছলাম। পেহেলগামৰ সন্ত্ৰাসবাদীৰ ঘটনাৰে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী জড়িত আছে বুলি মন্তব্য কৰিছিলবিধায়ক আমিনুল ইছলামে। পুলৱামাৰ বোমাতংকৰ লগতো চৰকাৰ জড়িত আছিল বুলি বিতৰ্কিত মন্তব্য কৰিছিল আমিনুল ইছলামে। তাৰ পিছতে ধিঙৰ বিধায়কগৰাকীৰ […]

দ্বৈত ৰেলপথ নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হ’ব পুৰণি নামঘৰ, দুখত ভাগি পৰিছে ৰাইজ

লামডিং নামঘৰ। ৬৫ বছৰীয়া পুৰণি তথা ১৯৬০ চনতে লামডিঙৰ হৰুলংফাৰ বজাৰত স্থাপিত হৈছিল এই নামঘৰটি ৷ ৰেল চহৰত কৰ্ম ব্যস্ততাৰ মাজতো হৰিনাম ল’বলৈকে স্থাপন কৰি হৈছিল এই নামঘৰভাগিৰ ৷ কিন্তু আজি নামঘৰটিৰ নথকাৰ উপক্ৰম হৈছে ৷ নামঘৰটিৰ মনিকূটৰ স্থাপনা ভাগিক নতুন ঠাইৰ প্ৰয়োজন হৈছে ৷ কিয়নো ৰেল বিভাগৰ ফালৰ পৰা লামডিঙৰ প্ৰথম তথা আটাইতকৈ পুৰণি […]

শদিয়া সমষ্টিৰ পঞ্চায়তৰ ৱাৰ্ডে ৱাৰ্ডে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

সমাগত পঞ্চায়ত নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে প্ৰাৰ্থী সকলে ৷ বিভিন্ন পঞ্চায়তৰ ৱাৰ্ডে ৱাৰ্ডে নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে । সমান্তৰালকৈ শদিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰ গাঁও পঞ্চায়তৰ বিজেপি সৰ্মথিত প্ৰাৰ্থী সকলক জয় কৰা লক্ষ্যৰে নামি পৰিছে দলীয় কৰ্মী । পঞ্চায়তটোৰ ৯ নম্বৰ ৱাৰ্ডৰ দ-পথাৰ গাঁৱত বিজেপি কৰ্মকৰ্তা সকলে চলাইছে […]

আজি চেৰা বিহু, সাত বিহুৰ অন্যতম দিন

আজি চেৰা বিহু l সাতবিহুৰ অন্তিমটো দিন চেৰা বিহু হিচাবে পালন কৰা হয়। কোনো কোনো ঠাইত এই বিহুক এৰা বিহু বুলিও কোৱা হয়। চেৰা বিহুৰ দিনটোত দৈ আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰা আছে। এই দিনটোতে বিচনীৰ বা লৈ গোৱা হয়- “নতুন কাপোৰ-পুৰণি কাপোৰে দিন যাওক; ন-ভাতে পুৰণি-ভাতে জীণ যাওক।” এইদৰে বিচনীৰ বা ল’লে গোটেই বছৰটো […]

Assam Celebrates Uruka with Feasts and Festivity Ahead of Bohag Bihu

Bohag Bihu, also known as Rongali Bihu, is the most significant festival in Assam, marking the Assamese New Year and the arrival of spring. Celebrated in mid-April, it spans several days, each with unique customs and rituals that highlight Assam’s rich cultural heritage. Uruka, The Eve of Celebration The festivities commence with Uruka, observed on […]

Wordpress Social Share Plugin powered by Ultimatelysocial