অসমত SIRৰ দৰকাৰ নাই
SIR ক লৈ অসমৰ সংখ্যালঘু লোকক আতংকিত নহ’বলৈ আহ্বান জনালে অধিবক্তা আমান ওৱাদুদে। আমি ২০১৫ পৰা ১৯ লৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। SIR জড়িয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীৰ। আনহাতে নথি-পত্ৰ লৈ আতংকিত নহ’বলৈও আহ্বান জনালে অধিবক্তা আমান ওৱাদুদে। নথিপত্ৰ যোগানকলৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা নিৰ্দেশনাকলৈ […]
৪০ টা বছৰৰ পাছতো কাৰ্যকৰী নহ’ল অসম চুক্তি
অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৪০ টা বছৰ ওকলিল। তাৰ পাছতো এই চুক্তি সফল ৰূপায়ণ নহ’ল। প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকনৰ। ৪০ টা বছৰৰ পাছতো অসম চুক্তি ৰূপায়ণৰ বাবে শাসনলৈ অহা ৰাজনৈতিক দলসমূহে কোনোধৰণৰ ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰি অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে। অসম চুক্তিক প্ৰতাৰণাৰ দলিল হিচাপে প্ৰতিষ্ঠা কৰিবলৈহে ৰাজনৈতিক দলবিলাক উঠি পৰি […]
অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা!
অসমৰ মুখ্যমন্ত্ৰী প্ৰকৃততে কোন? হিমন্ত বিশ্ব শৰ্মা নে জয়ন্ত মল্ল বৰুৱা?অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বুলিমঞ্চত ঘোষণা বিজেপি কৰ্মীৰ। লগেলগেই হাততালি জনতাৰ।কথাটো শুনি আনন্দিত মন্ত্ৰী জয়ন্ত মল্ল।মন্ত্ৰী জয়ন্তই নমস্কাৰ দিলে ৰাইজক। পিছে কথাটো বেলেগ।জিভা পিছলিল বিজেপিৰ দক্ষিণ কামৰূপ জিলা সভাপতি অঞ্জন গোস্বামীৰ। ছয়গাঁও সম জিলা উদ্বোধনী অনুষ্ঠানৰ ভাষণ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্লক সজালে অসমৰ মুখ্যমন্ত্ৰী।
কলিয়াবৰত হাতীৰ গছকত এগৰাকী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ
কলিয়াবৰ চাহ বাগিছাৰ বৰ লাইনত পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী যুৱতী নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদত নামিল বাগিছাখনৰ চাহ শ্ৰমিক। নিশা দুটাকৈ বনৰীয়া হাতীয়ে বৰলাইনত ঘৰ ভঙাৰ উমান পাই প্ৰাণ ৰক্ষাৰ বাবে ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছিল সংগীতা সেৰু নামৰ দুৰ্ভগীয়া যুৱতী গৰাকী। যাৰ ফলত বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাত হাতীটোৱে প্ৰাণ কাঢ়ি […]
গোৱালপাৰাৰ মাটিয়াৰ এখনি ব্যতিক্রমী বিবাহক লৈ উৎফুল্লিত আবাল-বৃদ্ধ-বনিতা
গোৱালপাৰাৰ মাটিয়াত এখনি ব্যতিক্রমী বিয়া। দুডাল গছৰ মাজৰ বিবাহ চাবলৈ পাই আনন্দত মতলীয়া আবাল-বৃদ্ধ-বনিতা। গোৱালপাৰাত বট আৰু আহঁত গছৰ মাজত বিয়াৰ আয়োজন কৰে গুণীয়ালগুৰীৰ হিন্দু ধৰ্মাৱলম্বী ৰাইজে। পবিত্ৰ শাওণ মাহৰ শুভক্ষণত কুৰিটা বৰ্ষ গৰকা গোৱালপাৰাৰ গুণীয়ালগুৰীৰ শ্ৰী শ্ৰী মা দক্ষিণা কালি মন্দিৰৰ দুডাল বট আৰু আহঁত গছৰ মাজত ৰাইজে সম্পন্ন কৰে বিবাহ কাৰ্যসূচী। দৰা বট […]
आदिवासी विरोधी बयान पर AATS ने किया दिलीप सैकिया का बहिष्कार
असम की राजनीति में एक नया विवाद सामने आया है। अखिल असम आदिवासी संघ (AATS) ने राज्य के सभी आदिवासी समुदायों से अपील की है कि वे भारतीय जनता पार्टी (भाजपा) के असम प्रदेश अध्यक्ष दिलीप सैकिया का पूर्ण बहिष्कार करें। AATS का आरोप है कि दिलीप सैकिया ने 2 अगस्त को दिए एक बयान […]
নগাঁৱৰ ঢাকাইপট্টিৰ নতুন নাম হ’ব ”ৰূপকোঁৱৰ চক ”
অৱশেষত সলনি কৰা হল নগাঁৱৰ ঢাকাইপট্টিৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতেই ঢাকাইপট্টিক নতুন নামেৰে নামাকৰণ।প্ৰথমে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই সামাজিক মাধ্যমত লিখে ”ৰূপকোঁৱৰ” বুলি তাৰ পিছতেই জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই সংবাদমেল যোগে কৰে ঘোষণা।নগাঁৱৰ ঢাকাইপট্টিৰ নতুন নাম হ’ব ”ৰূপকোঁৱৰ চক ”। ঢাকাইপট্টি তিনি আলিত পূৰ্বৰে পৰা আছে ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি। তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে […]
চৰকাৰৰ উচ্ছেদক লৈ পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ
চৰকাৰৰ উচ্ছেদক লৈ পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ । বনাঞ্চলত উচ্ছেদ কৰাত পুনৰ স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।১৯ আগষ্টলৈ কোনো এখন বনাঞ্চলত উচ্ছেদ কৰিব নোৱাৰিব প্ৰশাসনে। গুৱাহাটী মহানগৰীৰ পাহাৰত চৰকাৰে চলাব নোৱাৰিব উচ্ছেদ! শপতনামাত চৰকাৰে সম্পূৰ্ণ তথ্য দিব নোৱাৰিলে উচ্চ ন্যায়ালয়ক। ১৯ আগষ্টত পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। ফটাশিল সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে জাননী জাৰি কৰিছিল […]
শাওনৰ অন্তিমটো সোমবাৰত নন্দেশ্বৰ পীঠত ভক্তৰ লানি নিচিগা ভিৰ
মহাদেৱৰ আৰাধনাত ব্যস্ত দেশৰ কোটি কোটি ভক্ত। আজি শাওনৰ অন্তিমটো সোমবাৰ। শিৱলিংগত পানী ঢালিবলৈ বা পূজা অৰ্চনা কৰিবলৈ নন্দেশ্বৰ পীঠটো দেখা গল ভক্তৰ লানি নিচিগা ভিৰ। ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোৱালপাৰা জিলাৰ মাটিয়াৰ নন্দেশ্বৰ পীঠটো প্ৰতি বছৰে পৰিলক্ষিত হয় ভক্তৰ সমাগম। এইবাৰো তাৰ বিপৰীত নহয়, দেৱাদিদেৱ মহাদেৱ শিৱৰ আৰাধনা কৰাৰ উদ্দেশ্যে গোৱালপাৰাৰ ভিন্ন অঞ্চলৰ হিন্দু ধৰ্মাৱলম্বী […]
তামুলপুৰ জিলাৰ নাগ্ৰিজুলীৰ এগৰাকী সচেতন যুৱ ব্যৱসায়ী তথা সমাজকৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ
দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা গৃহহীন এটি দৰিদ্ৰ আদিবাসী পৰিয়ালৰ পিতৃহীন মাতৃ-পুত্ৰক নতুনকৈ গৃহ নিৰ্মাণ কৰি দিলে সচেতন যুৱ ব্যৱসায়ী তথা যুৱ সমাজকৰ্মী বিশ্বজিত বসাকে। ১ নম্বৰ কাউলী মটঙাপাৰ নিৱাসী লক্ষ্মী মাৰ্ডী আৰু পুত্ৰ লক্ষণ মাৰ্ডীয়ে এটা বছৰৰ আগতে পিতৃৰ বিয়োগ হোৱাত কৰ্মৰ সন্ধানত বহি:ৰাজ্য কেৰালালৈ গৈছিল। কেইদিন মান আগতে মাতৃ আৰু পুত্ৰই নিজ […]