Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ৰঙিয়াত তিনি দিনীয়াকৈ আৰম্ভ হৈছে সপ্তম উত্তৰ পূব ভাৰত কুংফু চেম্পিয়নশ্বিপ

ৰঙিয়াৰ সংগম সংঘৰ বাকৰিত অনুষ্ঠিত হৈছে সপ্তম উত্তৰ-পূব ভাৰত কু্ংফু চেম্পিয়নশ্বিপ। শনিবাৰে দ্বিতীয় দিনা খেলৰ শুভাৰম্ভণি কৰে ৰঙিয়াৰ বিধায়ক তথা সপ্তম উত্তৰ-পূব ভাৰত কুংফু চেম্পিয়নশ্বিপৰ সভাপতি ভৱেশ কলিতাই। ২৪ আগষ্ট অৰ্থাৎ আজি এই খেলৰ অন্তিমটো দিন। শনিবাৰে সভাপতি গৰাকীয়ে পতাকা উত্তোলন কৰাৰ পিছতে উত্তৰ পূব কুংফুৰ প্ৰয়াত খেলুৱৈ তথা ৰেফাৰী সকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কৰে […]

অৰুণোদয়, নিযুত মইনা আঁচনি, ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

নতুনকৈ যিসকলে অৰুণোদয়, ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ! অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ঘোষণা। অৰুণোদয়, নিযুত মইনা আঁচনি, ৰেচন কাৰ্ডৰ হিতাধিকাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ছেপ্টেম্বৰ মাহতেই অৰুণোদয় পুনৰ লাভ কৰিব মহিলাসকলে।১৭ ছেপ্টেম্বৰৰ পৰা অৰুণোদয় লাভ কৰিব মহিলাসকলে। অক্টোবৰৰ পৰা নিযুত মইনা আঁচনি লাভ কৰিব ছাত্ৰীসকলে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সুলভ মূল্যৰ দোকানত চাউলৰ […]

বিশ্বনাথত পুণৰ চলিব উচ্ছেদ অভিযান

বিশ্বনাথত পুণৰ চলিব প্ৰশাসনৰ বুলডজাৰ।বিশ্বনাথৰ ন’নকে জাপৰিগুৰিত উচ্ছেদ সম্পন্ন হোৱাৰ পিছত এইবাৰ বিহালী বিধান সভা সমষ্টিৰ নিজ বাঘমাৰীৰ নামপাৰা, পলকটা আদি অঞ্চলত চলিব বিশ্বনাথ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বিশ্বনাথ জিলা প্ৰশাসনে নতুনকৈ জাৰি কৰিলে উচ্ছেদৰ জাননী ৷ ৪৩৩ টা পৰিয়াললৈ জাৰি কৰা হৈছে উচ্ছেৰ জাননী। ২৬৫ বিঘা ৩ কঠা ১৫ লেচা মাটিত চলিব এই উচ্ছেদ […]

অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেৰিন্টু শৰ্মাক মৃত্যুদণ্ড আদালতৰ

ধেমাজিৰ ইতিহাস কলংকিত কৰা নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান আদালতৰ ৷ সুদীৰ্ঘ চাৰিটা বছৰৰ অন্তত ন্যায় পাবলৈ সক্ষম হ’ল ঢকুৱাখনাৰ নন্দিতা শইকীয়াৰ পৰিয়ালে। ধেমাজি জিলা সত্ৰ ন্যায়াধীশ মহামান্য কল্যানজিৎ শইকীয়াৰ আদালতে বুধবাৰে হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় প্ৰদান আদালতৰ। ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩২৪/৩০৭/৩০২ ধাৰাত পঞ্জীভূত গোচৰৰ অধীনত মৃত্যুদণ্ডৰ ৰায় নন্দিতাৰ হত্যাকাৰী ৰিণ্টু […]

চতিয়া দিৱসত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা

আজি চতিয়া দিৱস। ১৯৪২ চনৰ ২০ আগষ্ট এক ঐতিহাসিক দিন আছিল চতিয়াৰ বাবে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভৰপক সময় সেই সময়তে ১৯৪২ চনৰ ২০ আগষ্টত চতিয়া আৰক্ষী থানা চতিয়াৰ হাজাৰ হাজাৰ মুক্তিকামী জনতাই ঘেৰাও কৰি ত্ৰিৰংগা পতকা উত্তোলন কৰি ইতিহাস ৰচনা কৰিছিল। স্বাধীনতা আন্দোলনৰ এই সোণালী ইতিহাস ৰোমন্থন কৰিবৰ বাবে চতিয়াবাসীয়ে বিগত তিনিবছৰ ধৰি ২০ আগষ্ট […]

সাৱধান ৰাজ্যবাসী! ১১খনকৈ জিলালৈ হাই এলাৰ্ট জাৰি পুনৰ বতৰে ল’ব পাৰে কালৰূপ

ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰ দিছে এলাৰ্ট। পুনৰ ৰাজ্যত বতৰে লব ভয়ংকৰ ৰূপ।১১খনকৈ জিলাত প্ৰবল বৃষ্টিপাতৰ আগজাননী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। সকলোকে সতৰ্ক হবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই দিছে ইয়েল্ল’ এলাৰ্ট। কেইবাখনো জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি। প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ, বিজুলী, ঢেৰেকনিৰ অহাৰ সম্ভাৱনা। ওদালগুৰি, কামৰূপ মেট্ৰ, দৰঙত বতৰ বিজ্ঞান কেন্দ্ৰৰ […]

বিশ্ব ফটোগ্ৰাফী দিৱসৰ দিনা নষ্টালজিক হৈ পৰিল কলিয়াবৰৰ ফটোগ্ৰাফাৰ পোনাকণ দাস

আজি বিশ্ব ফটোগ্ৰাফী দিৱস। আজিৰ এই বিশেষ দিনটোত তাহানিৰ সংগ্ৰাম সুঁৱৰি নষ্টালজিক হৈ পৰিল কলিয়াবৰৰ ৮০ দশকৰ এগৰাকী প্ৰসিদ্ধ ফটোগ্ৰাফাৰ খোকন পাল। ফটোগ্ৰাফাৰ খোকন পালৰ ঘৰ কলিয়াবৰৰ ভোমোৰাগুৰি গাঁৱত। ১৯৭৯ চনতে হাতত কেমেৰা তুলি লৈছিল ফটোগ্ৰাফাৰ খোকন পালে। জীৱনৰ বহুতো ঘাট-প্ৰতিঘাটৰ মাজেৰে ফটোগ্ৰাফাৰ খোকন পালে ফটোৰ জৰিয়তে আৰম্ভ কৰিছিল ছাঁ-পোহৰৰ সংগ্ৰাম। ১৯৮৬ চনত পশ্চিম কলিয়াবৰৰ […]

আজি পবিত্ৰ ভাদ মাহৰ পহিলা দিন উপলক্ষে ঢেকীয়াখোৱা বৰ নামঘৰত ভকত বৈষ্ণৱৰ ভিৰ

আজি প্ৰবিত্ৰ ভাদ মাহৰ প্ৰথম দিন। ৰাজ্যৰ ধৰ্মীয় পীঠস্থান সমূহৰ লগতে যোৰহাট‌ জিলাৰ ১৪৫০ শকতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰ নামঘৰত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ সকল আহি ধূপ চাকি,বন্তি লৈ আশিষ গ্ৰহণ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে পৱিত্ৰ ভাদ মাহত চাৰি প্ৰসঙ্গীয়া পাল নামৰ সকলো কাৰ্যসূচী লগতে […]

অসমত SIRৰ দৰকাৰ নাই

SIR ক লৈ অসমৰ সংখ্যালঘু লোকক আতংকিত নহ’বলৈ আহ্বান জনালে অধিবক্তা আমান ওৱাদুদে। আমি ২০১৫ পৰা ১৯ লৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। SIR জড়িয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীৰ। আনহাতে নথি-পত্ৰ লৈ আতংকিত নহ’বলৈও আহ্বান জনালে অধিবক্তা আমান ওৱাদুদে। নথিপত্ৰ যোগানকলৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা নিৰ্দেশনাকলৈ […]

৪০ টা বছৰৰ পাছতো কাৰ্যকৰী নহ’ল অসম চুক্তি

অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৪০ টা বছৰ ওকলিল। তাৰ পাছতো এই চুক্তি সফল ৰূপায়ণ নহ’ল। প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকনৰ। ৪০ টা বছৰৰ পাছতো অসম চুক্তি ৰূপায়ণৰ বাবে শাসনলৈ অহা ৰাজনৈতিক দলসমূহে কোনোধৰণৰ ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰি অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে। অসম চুক্তিক প্ৰতাৰণাৰ দলিল হিচাপে প্ৰতিষ্ঠা কৰিবলৈহে ৰাজনৈতিক দলবিলাক উঠি পৰি […]

Wordpress Social Share Plugin powered by Ultimatelysocial