টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমক কৰিব ইলেকট্ৰ’নিক হাবঃ মুখ্যমন্ত্ৰী
শণিবাৰৰ দিনটো অসমবাসীৰ বাবে এটা স্মৰণীয় দিন হিচাপে পৰিগণিত হৈছে। এই দিনটোতে বহুপ্ৰতিক্ষিত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কাৰ্যসূচী সম্পন্ন হয়। জাগীৰোডত আৰম্ভ হ’বলগীয়া টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কেইবাহাজাৰ কৰ্মসংস্থাপন সৃষ্টি কৰিব। সামাজিক মাধ্যমত নিজৰ মতামত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰকল্পই বিশ্বৰ মানচিত্ৰত অসমক ইলেকট্ৰনিক হাব হিচাপে […]
PEACE IN GUWAHATI’S BUSTING HEART
Guwahati, the busiest city of the northeast, never seems to rest! Amidst the rapid pace of development and the constant hustle, finding a moment of peace can seem almost impossible. Yet, even in this fast-paced city, pockets of peace exist. One such serene spot is located on GS Road in the Christian Basti area. Despite […]
অমৃত বৃক্ষ ২.০ৰ শুভাৰম্ভণি
অশোক গছৰ পুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন ২.০ৰ আজি শুভাৰম্ভ কৰা হয়। বৃহস্পতিবাৰে দিশপুৰস্থিত মন্ত্ৰীসকলৰ আৱাসিক চৌহদত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বনাঞ্চল বৃদ্ধি, সেউজকৰণৰ লগতে অৰ্থনীতি, কৃষি বনানীকৰণ খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নাগৰিকৰ সহযোগিতাৰে এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰে। বিগত বৰ্ষৰ পাছত এই বৰ্ষত “এজুপি গছ মাৰ নামত” শীৰ্ষক বিষয়বস্তুৰে ৰাজ্য […]
লোকসভা নিৰ্বাচনৰ পাছত কিয় আকৌ একেলগ হৈছে বিৰোধী ঐক্য মঞ্চ?
বিৰোধী ঐক্য মঞ্চৰ দলবোৰক মঙলবাৰৰ দিনটোত মহানগৰত সৰৱ হোৱা দেখা গ’ল। এক উমৈহতীয়া উদ্দেশ্যৰ বাবে একেলগে দেখা গৈছে বিৰোধী ঐক্যমঞ্চৰ নেতা-নেত্ৰীসকলক। লোকসভা নিৰ্বাচনৰ পাছত পুনৰ একেলগে বহি শাসকীয় দলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে বিৰোধী ঐক্যমঞ্চৰ দলবোৰে!!! কিন্তু কিয়? কি কাৰণত একেলগ হৈছে বিৰোধী ঐক্যমঞ্চৰ দলবোৰ। এটা উমৈহতীয়া উদ্দেশ্য আগত লৈ মঙলবাৰে মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্যসূচীত অংশ […]
অসমৰ পৰা কিমানে পাইছে ৰাজ্যপালৰ পদ?
দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২৮ জুলাই তাৰিখে একাধিক ৰাজ্যৰ বাবে ৰাজ্যপালৰ নাম ঘোষণা কৰিছে। দেশৰ নখন ৰাজ্যৰ বাবে নতুনকৈ ৰাজ্যপাল নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত এলেকা পুডুচেৰীৰ বাবে এজন উপৰাজ্যপাল নিযুক্তি দিছে। এই তালিকাত স্থান পাইছে অসমৰ জ্যেষ্ঠ বিজেপি নেতা তথা মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা। শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা ৰাজ্যপালৰ তালিকাত অসমৰ ৰমেন […]
NEGLIGENCE IN URBAN MAINTENANCE: CHALLENGES IN GUWAHATI
The recent tragedy in Delhi’s Rajinder Place, where three students died due to waterlogging in a coaching institute’s basement, has led to immediate action and highlighted critical issues of town planning and urban negligence. Unfortunately, this problem is not unique to Delhi only; cities across the country are having similar issues? The gateway of North […]
सोने चांदी के दाम में गिरावट तो तेजी से बढ़ रहे सब्जियों के दाम
केंद्र सरकार का आम बजट आने के बाद से ही सोना और चांदी सस्ता हो गया है। अब प्रति 10 ग्राम सोना 5000 रुपये सस्ता हो गया। अगर आप सोना खरीदने जा रहे है तो यह सही समय है। 26 जुलाई को सोना और चांदी की कीमतों में गिरावट आई थी। शुक्रवार को मार्केट खुलते […]
गुवाहाटी: सावन के दिनों में जाए इन प्रसिद्ध शिव मंदिरों में
सावन या श्रावण हिन्दुओं के लिए एक महत्वपूर्ण महीना है। इस समय लोग भगवान शिव की आराधना करते है। कहते है जो भी सच्चे मन से भगवान शंकर की उपासना करता है भोलेनाथ उनकी हर मनोकामनाओं को पूर्ण करते है। इस पवित्र महीनें में हर कोई अपने आराध्य के दर्शन पाने के लिए उनके मंदिरों […]
২০২৪ বৰ্ষত ৰাজ্যত ৪ কোটি গছপুলি ৰোপণ কৰা হ’ব: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
ৰাজ্যত বন আন্দোলন আৰম্ভ কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে বন বিভাগটোৱে, এই উপলক্ষে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত পৰ্যালোচনা বৈঠকত অংশ লয়। জিলা উপায়ুক্ত কাৰ্যালয় সভা সভাত মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত আলোচনা […]
১ আগষ্টৰ পৰা নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ নীতি-নিৰ্দেশনা কাৰ্যকৰী হ’বঃ মন্ত্ৰী পীযুষ হাজৰিকা
অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আজি জনতা ভৱনত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুতৰ অন্তিমখন বৈঠকত অধ্যক্ষতা কৰে। ৰাজ্যিক ড্ৰাগবিৰোধী আৰু নিষেধাজ্ঞা পৰিষদৰ অধ্যক্ষাৰ নেতৃত্বত বিষয়াসকল, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব তথা আন বিষয়াসকল আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯২ টা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰতিনিধি উপস্থিত […]