Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

অশান্তিৰ মাজতে পশ্চিম কাৰ্বি আংলঙত স্থগিত ইন্টাৰনেট সেৱা:

পশ্চিম কাৰ্বি আংলং জিলাত উদ্ভৱ হোৱা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৩ ডিচেম্বৰ মঙলবাৰে অসম চৰকাৰে ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰাৰ নিৰ্দেশ দিছে। বিগত দিনত উত্তপ্ত হৈ পৰিছিল কাৰ্বি আংলং।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলী চালনা। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হয় সংঘাত। প্ৰশাসনে জাৰি কৰিছিল ১৬৩ ধাৰা। কিন্তু তাৰ পিছতো […]

শেৱালি ফুলৰ উপকাৰিতা

প্ৰকৃতিৰ সৃষ্টি প্ৰতিটো বস্তুৰে নিজৰ সুকীয়া বৈশিষ্ট্য আছে। বিভিন্ন খাদ্য সামগ্ৰীয়ে বিভিন্ন ক্ষেত্ৰত সহায় কৰে। শেৱালি ফুলৰো এক নিজস্ব বৈশিষ্ট্য আছে। শেৱালি ফুল শৰীৰৰ বাবে বহু উপকাৰী।শেৱালি ফুলে জ্বৰ,কাহ,চৰ্দিৰ পৰা উপশম দিয়া,হজম শক্তি বঢ়োৱা,কৃমি নাশ কৰা,ছালৰ ৰোগৰ চিকিৎসাত সহায় কৰে আৰু চুলিৰ স্বাস্থ্যৰ বাবে শেৱালি ফুল উপকাৰী।ইয়াৰ উপৰি মানসিক চাপ কমোৱা আৰু তেজ পৰিষ্কাৰ কৰাতো […]

कार्बी समुदाय के प्रतिनिधियों ने भूख हड़ताल समाप्त की

असम में कार्बी समुदाय के लोग 6 दिसंबर से भूख हड़ताल पर थे। उनकी मुख्य मांग थी कि उनकी जमीन पर किए गए अतिक्रमण को हटाया जाए और स्थानीय लोगों के अधिकार सुरक्षित रहें। अब असम सरकार के भरोसे के बाद, उन्होंने अपनी भूख हड़ताल खत्म कर दी है। मुख्यमंत्री हिमंता बिस्वा सरमा की अध्यक्षता […]

পশ্চিম কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি:

পশ্চিম কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি।উচ্ছেদৰ দাবীত আমৰণ অনশ কৰা প্ৰতিবাদীক উঠাই নিলে আৰক্ষীয়ে।প্ৰতিবাদকাৰীক মোকলাই দিয়াৰ দাবীত ৰাইজৰ প্ৰতিবাদ।প্ৰতিবাদী ৰাইজে অগ্নিসংযোগ কৰিলে তুলিৰাম ৰংহাঙমৰ বাসগৃহ।ভস্মীভূত হৈ পৰিল তুলিৰাম ৰংহাঙৰ বাসগৃহ। ইয়াৰ লগতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে CEM তুলিৰামৰ নিৰাপত্তাৰক্ষীৰ অস্ত্ৰ। বৰ্তমানো শান্ত হোৱা নাই পশ্চিম কাৰ্বি আংলং।প্ৰশাসনে জাৰি কৰিছে ১৬৩ ধাৰা।এই ধাৰা অনুসৰি ৰাজহুৱা স্থানত ৫ জনতকৈ […]

Zubeen Garg Death Case Enters Crucial Phase, Charges to Be Framed on January 3

The trial related to the death of singer Zubeen Garg resumed on Monday at the District and Sessions Court in Guwahati. All seven accused were produced before the court through virtual mode. The court has scheduled the next hearing for January 3, during which charges are expected to be formally framed. The accused in the […]

২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰিবলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই ভ্ৰমণৰ কেন্দ্ৰবিন্দু হ’ব গুৱাহাটীত নগৰীয়া নিৰাপত্তা আৰু আইন প্ৰয়োগক শক্তিশালী কৰাৰ লক্ষ্যৰে চিচিটিভি ভিত্তিক নেটৱৰ্ক ইনটেলিজেণ্ট চিটি চাৰ্ভিলেন্স চিষ্টেম (ICSS)ৰ উদ্বোধন। গুৱাহাটী আৰক্ষী আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয়টোও আনুষ্ঠানিকভাৱে মুকলি কৰিব গৃহমন্ত্রীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পূৰ্বে সোমবাৰে পুৱাই বটদ্ৰৱা প্ৰকল্পত উপস্থিত […]

মৃত্যু হ’ল কামপুৰত ৰে’লৰ খুন্দাত আহত হোৱা হাতী পোৱালিটোৰ

শনিবাৰে পুৱতি নিশা অসমৰ নগাঁও জিলাৰ কামপুৰৰ চাংজুৰাইত সংঘটিত হৈছিল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ঘনকুঁৱলীৰ মাজতে মিজোৰামৰ পৰা দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাই নিমিষতে তচনচ কৰি পেলাইছিল এটা হাতীৰ জাকক ৷ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কামপুৰৰ চাংজুৰাইত নিহত হৈছিল সাতটাকৈ বন্যহস্তীৰ। আঘাতপ্ৰাপ্ত হৈছিল এটা পোৱালি হাতীও। গুৰুতৰভাৱে আহত পোৱালিটোক সংকটজনক অৱস্থাত নিয়া হৈছিল কাজিৰঙালৈ। শুকুৰবাৰৰ পৰা […]

আজি অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো দিন

আজি অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো দিন। সকলো ব্যস্ত প্ৰধানমন্ত্ৰী গৰাকীক আদৰাৰ প্ৰস্তুতিত। পৰম্পৰাগত সাজ – পোছাক পৰিধান কৰি নৃত্য – গীতৰ মাজেৰে আদৰণি জনাইছে প্ৰধনমন্ত্ৰী গৰাকীক। সাজু হৈছে প্ৰশাসন। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আদৰণি জনাইছে প্ৰধানমন্ত্ৰী গৰাকীক। আজি প্ৰথমবাৰৰ বাবে বুঢ়া লুইতত বুকুত নৌকা বিহাৰ কৰিব প্ৰধানমন্ত্ৰীৰ গৰাকীৰ।বুঢ়া লুইতত নৌকা বিহাৰৰ সময়তে প্ৰধানমন্ত্ৰীয়ে অংশ লয় ‘পৰীক্ষা […]

Wordpress Social Share Plugin powered by Ultimatelysocial