উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ হ’ব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ

অপেক্ষা আৰু কিছু মুহূৰ্তৰ। আজি নিশা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা কইনাধৰা অতিথিশালাত কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। সোমবাৰে গুৱাহাটীত মুকলি হ’ব অত্যাধুনিক জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ হ’ব প্ৰেক্ষাগৃহটো। গৃহমন্ত্ৰীৰ আগমনক লৈ এতিয়া বৃদ্ধি পাইছে ৰাজ্য চৰকাৰৰ তৎপৰতা। […]
আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ:

আজি অসম উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ।কেন্দ্রীয় গৃহমন্ত্রী গৰাকীয়ে নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব বুলি জানিব পৰা গৈছে। সোমবাৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন ৰাজহুৱা সভাটো অংশ ল’ব । গৃহমন্ত্রী অমিত শ্বাহে অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাব ৷ তাৰ পাচতে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ বটাদ্ৰৱা থানলৈ ৰাওনা […]
अमित शाह गुवाहाटी में, क्या है पूरा कार्यक्रम शेड्यूल?

आज गुवाहाटी में केंद्रीय गृह मंत्री अमित शाह की अहम यात्रा शुरू होने वाली है। अमित शाह कई महत्वपूर्ण कार्यक्रमों में हिस्सा लेंगे और शहर में अपने संदेश और विचार साझा करेंगे। जनता और अधिकारियों से मिलने के अलावा वे शहर के नए प्रोजेक्ट्स और महत्वपूर्ण जगहों का उद्घाटन भी करेंगे। आइए जानते हैं कि […]
অসমত ভয়ংকৰ ৰূপ লৈছে প্ৰব্ৰজিত মুছলমানে

অসমত বাংলাদেশী লোকৰ প্ৰব্ৰজনে ভয়ংকৰ ৰূপ লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত এই বিষয়ে উল্লেখ কৰি কয় যে ২০১১ চনৰ লোকপিয়লত যদি আমি অসমত হিন্দু আৰু মুছলমানৰ বিকাশ চাওঁ মুছলমানৰ সংখ্যা মুছলমান ৩৪ শতাংশ। ৩ শতাংশ অসমীয়া মুছলমানৰ সংখ্যা বাদ দিলে অসমত বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মুছলমানৰ সংখ্যা ৩১ শতাংশ। মুখ্যমন্ত্ৰী হিমন্ত […]
“Assam Was Never Sankar-Azaan’s State, but Always Sankar-Madhav’s State”: CM Himanta Biswa Sarma
Assam Chief Minister Dr Himanta Biswa Sarma on Saturday criticised what he described as a distortion of Assam’s historical narrative while addressing the State BJP Executive Meeting. Stressing the importance of historical accuracy, the Chief Minister asserted that Assam’s cultural and spiritual foundation has often been misrepresented in contemporary political discourse. He explained that Srimanta […]
এগৰাকী ১৮ মহীয়া দেৱশিশুৱে অসমলৈ কঢ়িয়াই আনিলে বিশেষ সন্মান:

এগৰাকী ১৮ মহীয়া দেৱশিশুৱে অসমলৈ কঢ়িয়াই আনিছে এক বিশেষ সন্মান।ৰাষ্ট্ৰীয় পৰ্যায়ত আয়াজ আজিলে লাভ কৰিলে এক বিশেষ সন্মান।”ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ”ৰ সন্মান লাভ কৰিলে নগাঁৱৰ ১৮ মহীয়া দেৱশিশু আয়াজ আজিলে। পূৰ্বেও ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন সন্মান লাভ কৰিছিল আয়াজে।অসম বুক অফ ৰেকৰ্ডছৰ সন্মান লাভ কৰিছিল ১৮ মহীয়া আয়াজে।পিতৃ মাতৃ চৰকাৰী কৰ্মচাৰী যদিও পিতৃ মাতৃৰ বিশেষ পদক্ষেপত […]
নিৰ্বাচনী ৰণডংকা:
সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমলৈ আগমন ঘটিছে বিজেপিৰ কেন্দ্ৰীয় নেতাৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছতেই এইবাৰ অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতি নীতিন নবীন।২৬ আৰু ২৭ ডিচেম্বৰৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতি নীতিন নবীন।২৬ ডিচেম্বৰত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতি গৰাকী। দলীয় কৰ্মীয়ে উষ্ম আদৰণি সম্ভাষণ জনাব ৰাষ্ট্ৰীয় কাৰ্য্যকৰী […]
Assam Government Surpasses 1.45 Lakh Job Target

The Assam government has achieved a significant milestone by providing 1.45 lakh government jobs, exceeding its original commitment of one lakh appointments. This unprecedented recruitment drive marks the largest employment generation effort in the state’s history. Alongside this achievement, the government announced a 3% reservation for the tea garden community in government services. This quota […]
অসমৰ যুৱ লেখককৈ চৰকাৰৰ বিশেষ সন্মান

ৰাজ্যৰ যুৱ লেখকসকললৈ ৰাজ্যবাসীৰ এক বৃহৎ পদক্ষেপ।ৰাজ্যৰ ৮১৮ গৰাকী যুৱ লেখকে লাভ কৰিব ২৫০০০ কৈ টকা।৪০ বছৰৰ অনুৰ্ধ্বৰ ৮১৮ গৰাকী যুৱ লেখকে লাভ কৰিব ২৫০০০ কৈ টকা। আজি ২৪ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম গ্ৰন্থমেলা অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বিশেষ সন্মান। গ্ৰন্থবৰ্ষ ২০২৫ ৰ উপলক্ষে অসমৰ যুৱ সাহিত্যক সকললৈ চৰকাৰে […]
কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত উপলব্ধ হ’ব গৰু, ম’হ আৰু ঘোঁৰা গাড়ী

কাজিৰঙালৈ আহিলে এতিয়াৰে পৰা জীপ ছাফাৰী নকৰিলেও চিন্তা নাই । উঠিব পাৰিব ম’হৰ গাড়ী আৰু ঘোঁৰাৰ গাড়ীত। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত পৰ্যটকৰ বাবে আৰম্ভ হ’ল এক নতুন সংযোজন ম’হৰ গাড়ী আৰু ঘোঁৰা গাড়ী ৷ ই পৰ্যটকসকলক উদ্যানখনৰ বিভিন্ন অংশ পৰিভ্ৰমণ কৰাত সহায় কৰাৰ লগতে এক ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদান কৰিব। পৰ্যটকৰ বাবে এই সেৱা আৰম্ভ হোৱাৰ […]