মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ পদত্যাগ দাবী বিৰোধী নেতৃত্বৰ
গুৱাহাটীৰ পানী ক’লা, মেঘালয়ৰ পানী ৰঙা বুলি কৈ মহানগৰীৰ বান-যান জঁটৰ সমস্যাৰ পৰা হাত সাৰিব বিচৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলবোৰ। সোমবাৰৰ মুষলধাৰ বৰষুণ আৰু তাৰ পাছত মহানগৰীত দেখা দিয়া যমৰ যাতনাত অতীষ্ঠ হৈ পৰিছিল নাগৰিক। অধিকাংশ নাগৰিকে সন্ধিয়াৰ পৰা মাজনিশা পৰ্যন্ত ঘৰ পাবলৈ তীব্ৰ যান জঁটৰ বাবে যুঁজ দিবলগীয়া হৈছিল। […]
অমৃত বৃক্ষ ২.০ৰ শুভাৰম্ভণি
অশোক গছৰ পুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন ২.০ৰ আজি শুভাৰম্ভ কৰা হয়। বৃহস্পতিবাৰে দিশপুৰস্থিত মন্ত্ৰীসকলৰ আৱাসিক চৌহদত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বনাঞ্চল বৃদ্ধি, সেউজকৰণৰ লগতে অৰ্থনীতি, কৃষি বনানীকৰণ খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নাগৰিকৰ সহযোগিতাৰে এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰে। বিগত বৰ্ষৰ পাছত এই বৰ্ষত “এজুপি গছ মাৰ নামত” শীৰ্ষক বিষয়বস্তুৰে ৰাজ্য […]
কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ শ্লুইচ গেট পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ
কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ শ্লুইচ গেট পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ শণিবাৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কাছাৰ জিলাৰ কাতিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো শ্লুইচ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত ভাৰত-বাংলাদেশ সীমান্তত ব’ৰ্ডাৰ ৰোডচ অৰ্গেনাইজেচ্যনে নিৰ্মাণ কৰা ৬খন শ্লুইচ গেট জলসম্পদ বিভাগে ২০২২ চনৰ পৰা পৰিচালনা কৰি […]
মন্ত্ৰী অশোক সিংহলে সাক্ষাৎ কৰিলে গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোৱেলৰ শোকাৰ্ত পৰিয়ালবৰ্গক; জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰো পৰ্যালোচনা
ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে শুক্ৰবাৰে পুৱা গোৱালপাৰাত উপস্থিত হৈ অলপতে আততায়ীৰ কূটাঘাতৰ বলি হোৱা ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে এই জঘন্য অপৰাধৰ আঁৰৰ দোষীসকলৰ বিৰুদ্ধে আইনৰ সহায়ত উপযুক্ত শাস্তি […]
Increase in Muslim Population in Assam is a real concern: Dr. Himanta Biswa Sarma
CM and BJP’s star campaigner Dr. Himanta Biswa Sarma on Wednesday said that the rise of Muslim population from 12% in 1951 to 40% in 2024 in Assam is a real concern for him. Talking to media in Ranchi Jharkhand, Mr Sarma further stated that there is a demographic change in many districts of Assam […]
গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক, শীঘ্ৰে গুৱাহাটীত বহুমহলীয়া বজাৰ গৃহ
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে মঙলবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা যেনে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী ইউটিলিটিজ কোম্পানী লিমিটেড (জিইউচিএল), স্বচ্চ ভাৰত মিছন (নগৰীয়া), গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ শীৰ্ষ […]
असम भाजपा में आंतरिक कलह: कई नेताओं ने दी पार्टी छोड़ने की धमकी
असम भाजपा में आंतरिक कलह: कई नेताओं ने दी पार्टी छोड़ने की धमकी असम भाजपा में आंतरिक कलह कोई नई बात नहीं है, लेकिन इस बार पार्टी में असंतोष ने गंभीर रूप ले लिया है। मुख्यमंत्री डॉ. हिमंत शर्मा ने शुक्रवार को पार्टी के प्रदेश अध्यक्ष भवेश कलिता के साथ एक आपात बैठक की। ऊपरी […]
बीजेपी का बड़ा निर्णय, अशोक सिंघल अरुणाचल के प्रभारी नियुक्त
भारतीय जनता पार्टी (बीजेपी) ने असम के मंत्री अशोक सिंघल को अरुणाचल प्रदेश के लिए पार्टी प्रभारी नियुक्त किया है। इस बात की जानकारी बीजेपी ने शुक्रवार (5 जुलाई) को दी। यह निर्णय बीजेपी की रणनीति का हिस्सा माना जा रहा है, जिसका उद्देश्य अरुणाचल प्रदेश में अपनी उपस्थिति और संगठनात्मक ढांचे को मजबूत करना […]