গৰম দিনত উত্তাপৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যবহাৰ কৰক ৬টা আয়ুৰ্বেদিক বস্তু। আহক জানো কি এই বিশেষ ৫ টা বস্তু।
আয়ুৰ্বেদে গৰমৰ পৰা হাত সাৰিবলৈ আৰু গৰম বতৰত শৰীৰক শীতল কৰি ৰাখিবলৈ যথেষ্ট সহায় কৰে । ৪৫ ডিগ্ৰী গৰমতো শৰীৰক শীতল কৰি ৰাখিব পৰা ৫টা আয়ুৰ্বেদিক বনৌষধি উপাদান আছে এপ্ৰিল মাহৰ মাজভাগৰ পৰা আৰম্ভ হৈছে গৰমৰ ঢৌ। যদিও মে’ মাহ আৰম্ভ হৈছে, তথাপিও গৰম গ্ৰীষ্মৰ কোনো নাম নাই। সকলোৱে এই গ্ৰীষ্মকালত শৰীৰটো শীতল কৰি ৰখাৰ […]