AC ৰ অবিহনে আপুনি থাকিব নোৱাৰে নেকি? আপুনি জানেনে অত্যাধিক AC ব্যৱহাৰৰ ফলত হ’ব পাৰে মাৰাত্মক ৰোগ।
গোটেই ৰাতি AC অন কৰি শুলে আৰামত সুখনিদ্ৰা অহাতো স্বাভাৱিক, কিন্তু ইয়াৰ ফলত আপোনাৰ শৰীৰটো ভয়ংকৰভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে গোটেই ৰাতি এয়াৰ কণ্ডিচনাৰ কোঠাত শুই থাকিলে শৰীৰত এইবোৰ সমস্যা হ’ব পাৰে-প্ৰচণ্ড গৰমৰ উত্তাপে দহি-পুৰি নিছে সকলো! গৰমৰ দিনত বহুতে গোটেই ৰাতি AC চলাই শুই থাকে! কোৱা হয় যে, এয়াৰ কণ্ডিচনাৰ এতিয়া আৰু ‘বিলাসীতা’ নহয়, ই […]