Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

গৌৰীপুৰ আলমগঞ্জত উচ্ছেদৰ খবৰ পোৱাৰ পিছতেই হতাশাত হেজাৰ হেজাৰ পৰিয়াল

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত সভা। পাট্টাৰ মাটি এৰি নিদিয়াৰ হুংকাৰ। প্ৰকল্প স্থাপনৰ পৰিকল্পনাৰে আলমগঞ্জৰ প্ৰায় চাৰি হেজাৰ বিঘা মাটি সীমা নিৰ্ধাৰণ কৰাৰ যো-জা চলাইছে চৰকাৰে। প্ৰায় চাৰি হেজাৰ বিঘা মাটিত উচ্ছেদৰ সম্ভাৱনা। প্ৰায় ৯০০ বিঘা পট্টা মাটি আছে। ২২০০ বিঘা মাটি আছে বুলি জানিব পৰা গৈছে। বুধবাৰে ধুবুৰী জিলা আয়ুক্ত, […]

এডভাণ্টেজ আছাম ২.০ত ১ লাখ কোটি টকাৰ বিনিয়োগ চুক্তি সম্পন্ন।

এডভাণ্টেজ আছামৰ জৰিয়তে অসমত নিৰ্মাণ হব ইণ্ডাষ্ট্ৰি, ফেক্টৰি, বিলাসী হোটেল। এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমত ১ লাখ কোটি টকাৰ সৰ্ববৃহৎ বিনিয়োগ। বৰ্তমানলৈ এডভাণ্টেজ আছামত এতিয়ালৈকে সম্পন্ন হৈছে কোটি টকাৰ চুক্তি।ষ্টাৰ চিমেণ্ট- ৩২০ কোটি, মেথিচন হাইড্ৰেজেন প্ৰাইভেট লিমিটেড- ১৫০ কোটি। ভেলি চিমেণ্ট- ৪৮০ কোটি, যৌৱন ডেভেলপাৰ্ছ- ১৪২.১২কোটি। কোঠাৰি ইণ্ডাষ্ট্ৰিয়েল কৰ্পাৰেশ্যন- ৫০০ কোটি, আছাছা ইন্টাৰনেশ্যনেল মাইনিঙেৰ ১ […]

Wordpress Social Share Plugin powered by Ultimatelysocial