জুৰীয়াৰ কলাডুবাত প্ৰশাসনৰ বুল্ডজাৰ
বটদ্ৰবাৰ লালুংগাৱৰ পৰা উচ্ছেদ কৰা ১৬টা কৈ পৰিয়ালক প্ৰশাসনে বহুৱাইছিল কলাৰডুবাৰ চৰকাৰী ভূমিত। প্ৰতিটো পৰিয়ালৰ নামত আৱণ্টন দিছিল দুই কঠাকৈ ভূমি। কিন্তু স্থানীয় মাতব্বৰে উচ্ছেদিতৰ নামত আৱণ্টিত অধিকাংশ চৰকাৰী ভূমি বেদখল কৰি বনাইছিল বিশাল বিশাল ফিচাৰী। ভূমি আবণ্টন পোৱা উচ্ছেদিত সকলৰ ভূমি বেদখল কৰি মাতব্বৰ সকলে বিভিন্ন সময়ত প্ৰদান কৰিছিল ভাবুকি। মাতব্বৰৰ ভাবুকিত ভয় শংকাত […]