T-20 বিশ্বকাপ জয় কৰিলে টীম ইণ্ডিয়াই। প্ৰতিগৰাকী খেলুৱৈয়ে কিমান টকাকৈ পাব?
টী-২০ বিশ্বকাপৰ খিতাপ দখল কৰিলে টীম ইণ্ডিয়াই। খিতাপ দখলৰ পিছতে মঙলবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে বিশ্বকাপ জয়ী দলটোৰ বাবে ১৩১ কোটি টকাৰ পুৰস্কাৰ ধন ঘোষণা কৰে।