আজি ৰঙৰ উৎসৱ ফাকুৱা
আবিৰৰ ৰঙেৰে বৰ্ণিল সকলোৰে মন। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিব চৌদিশ। ফাগুন মানেই ৰঙৰ উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় দৌল