Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ সত্যপাল মালিকৰলদিল্লীৰ RML হাস্পতালত শেষ নিশ্বাস ত্যাগ।
দীৰ্ঘদিনে কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল নেতা গৰাকী। কিডনীৰ ৰোগত ভুগি আছিল বৰ্ষীয়ান নেতাগৰাকী। মোডী চৰকাৰৰ বিৰুদ্ধে পুলৱামা কাণ্ডৰ সময়ত গাফিলতিৰ ভয়ংকৰ অভিযোগ আনিছিল সত্যপাল মালিকে।১৯৪৬ চনৰ ২৪ জুলাইত জন্ম হৈছিল সত্যপাল মালিকৰ। জম্মু কাশ্মীৰৰ লগতে মেঘালয়, উৰিষ্যাৰো ৰাজ্যপাল আছিল মালিক।

Wordpress Social Share Plugin powered by Ultimatelysocial