Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

POKৰ প্ৰসংগত সৰৱ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।’POK ৰ জনতা আমাৰ নিজৰ মানুহ’।‘এদিন হ’লেও PoK ভাৰতত অন্তৰ্ভুক্ত হ’ব’।’PoKৰ বাসিন্দাই অন্তৰাত্মাৰ আহ্বান শুনিব’। এতিয়া পাকিস্তানৰ সৈতে কেৱল POKক লৈহে আলোচনা হ’ব।


পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভত মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। দিল্লীৰ
এক অনুষ্ঠানত পাকিস্তানৰ বিৰুদ্ধে সৰৱ ৰাজনাথ সিং। ভাৰতীয় সেনাৰ পৰাক্ৰম,মেক ইন ইণ্ডিয়াৰ প্ৰসংগতো প্ৰতিক্ৰিয়া ৰাজনাথ সিঙৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial