Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

পত্নীৰ হাততেই যেনন সুৰক্ষিত নহয় স্বামী!হানিমুনলৈ গৈ স্বামীক হত্যা কৰি নাটক পত্নীৰ।সেইদিনা হৈছিল কি?মেঘালয়ৰ ঘটনাই জোকাৰিছে দেশ।চিৰজীৱন একলগে থকাৰ প্ৰতিশ্ৰুতি দিয়া পত্নীৰ জালত প্ৰাণ হেৰুৱালে নেকি ৰাজাই।


যোৱা১১ মে’ত বিয়া হৈছিল সোনম-ৰাজাৰ। ২০ তাৰিখে হানিমুনৰ বাবে আহিছিল মেঘালয়লৈ।২৩ তাৰিখৰ পৰা নিখোজ হৈছিল সোনম-ৰাজা ।লগে,লগে হাহাকাৰ লাগিছিল।আৰম্ভ হৈছিল অনুসন্ধান,প্ৰায় ১ সপ্তাহৰ পিছত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ।কিন্ত সোনমক বিচাৰি চলিছিল অভিযান।অপহৰণৰ সন্দেহ কৰিছিল আৰক্ষীয়ে। কিন্ত উত্তৰ প্ৰদেশত সোনমক গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহিল প্ৰকৃত ঘটনা।
মেঘালয়ত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযোগ অনুসৰি প্ৰেমিকৰ সৈতে বিবাহ-বহিৰ্ভূত প্ৰেমৰ বাবেই হানিমুনত থকাৰ সময়তে সোনমে স্বামীক হত্যা কৰিছিল।

Wordpress Social Share Plugin powered by Ultimatelysocial