Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

এইবাৰ GBSৰোগৰ সংহাৰ। GBS বা গুইলেন বেৰী চিন্দ্ৰমত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজনকৈ লোক। মুম্বাইত বিগত কেইটামান দিনত ১৫০ জনৰো অধিক লোক আক্ৰান্ত হৈছে গুইলেন বেৰী চিন্দ্ৰম ৰোগত। বৰ্তমানলৈ এই ৰোগত মৃত্যু হৈছে এজনৰ। খাবলৈ মন নোযোৱা, স্বাস্থ্য দুৰ্বল হৈ পৰা, মাংসপেশী অসাৰ অনুভৱ, খাদ্যগ্ৰহণ আৰু শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে এই ৰোগৰ লক্ষণ। এনে লক্ষণ দেহত দেখা দিলে চিকিত্সকৰ পৰামৰ্শ ল’বলৈ আহ্বান সকলোকে। মহাৰাষ্ট্ৰৰ চিকিত্সালয় চিকিত্সালয়ে এতিয়া গুইলেন বেৰী চিন্দ্ৰমত আক্ৰান্ত ৰোগী।

Leave a Reply

Your email address will not be published. Required fields are marked *

Wordpress Social Share Plugin powered by Ultimatelysocial