ম্যানমাৰত সংঘটিত ভয়ংকৰ ঘটনা। সোমবাৰে ম্যানমাৰৰ এখন বিদ্যালয়ত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনা। ম্যানমাৰ সেনাই এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে আক্ৰমণ কৰে এখন বিদ্যালয়ত। চাগেইঙৰ এখন বিদ্যালয়ত চলাই এয়াৰ ষ্ট্ৰাইক। থিতাতে মৃত্যু হয় ২০ গৰাকী শিক্ষাৰ্থীৰ, দুজন শিক্ষকৰ। সমগ্ৰ ঘনাই কপাই গৈছে চাগেইঙ অঞ্চল। ৫০তকৈ অধিক শিক্ষাৰ্থী বৰ্তমান হাস্পাতালত চিকিত্সাধীন অৱস্থাত আছে। বিদ্যালয় খনত শিক্ষাৰ্থী অহাৰ পিছতে বোমাৰে এয়াৰ ষ্ট্ৰাইক চলাই সেনাই। বৰ্তমানলৈ সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ খোলা নাই চৰকাৰে।