Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে বৰ্তমান সমাজখনে বহু অগ্ৰগতি কৰা দেখিবলৈ পোৱা গৈছে।আদিম যুগৰ পৰা বৰ্তমান সময়লৈকে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে মানুহৰ শিক্ষা,চিকিৎসা আৰু কাৰিকৰী দিশত বহু আগুৱাই নিছে।

AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত বৰ্তমান সমাজত প্ৰযুক্তিবিদ্যাই এক উচচ শিখৰ চুইছে।বিভিন্ন সামাজিক মাধ্যমত AI ব্যৱহাৰৰ বাবে কম সময়ত অধিক কাম কৰাৰ বাবে সুবিধা হৈছে।বেংক, চিকিৎসা, চিকিৎসা ক্ষেত্ৰত দ্ৰুত উন্নয়ন হৈছে।কম সময়ত,কম লোকৰ দ্বাৰা কামবোৰ সহজ হৈ পৰিছে।সংগীত ক্ষেত্ৰখনতো কৃত্ৰিম বুদ্ধিমত্তাৰ আধিপত্য বিস্তাৰ কৰা দেখিবলৈ পোৱা গৈছে।

কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত একাংশ লোকে কৃত্ৰিম বুদ্ধিমত্তাৰ নেতিবাচক দিশটোৰে কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ ভালদৰে ব্যৱহাৰ কৰি তাৰ উপযুক্ত ব্যৱহাৰ কৰাটো অতিকৈ প্ৰয়োজনীয়।

Wordpress Social Share Plugin powered by Ultimatelysocial