Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠা লাভেৰে চৰকাৰ গঠন কৰিবলৈ সাজু BNP । BNP তথা মিত্ৰদলৰ দখলত ২০৬খন আসন। মুঠ ৩০০খন আসনৰ ২৯৯খন আসনৰ বাবে হৈছিল নিৰ্বাচন। ইয়াৰ ভিতৰত ২০৬খন আসনেই লাভ কৰিছে BNP দলে।

বাংলাদেশত চৰকাৰ গঠনৰ মেজিক নাম্বাৰ ১৫১। জামাত-ঈ-ইছলামী মিত্ৰজোঁটে লাভ কৰিছে ৬৭খন আসন। অন্যান্য ৰাজনৈতিক দলে লাভ কৰিছে ২০খন আসন। এতিয়াও ৬খন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে। BNP নেতা তাৰেক ৰহমানক অভিনন্দন জনালে মোদীয়ে।ভাৰত-বাংলাদেশৰ বহুমুখী সম্পৰ্কক অধিক মজবুত কৰিবলৈ তাৰেকক একেলগে কাম কৰাৰো আহ্বান জনায় মোদীয়ে।

Wordpress Social Share Plugin powered by Ultimatelysocial