Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

পেহেলগামত হিন্দুক ৰক্ষা কৰি বুকুত গুলী খোৱা চৈয়দ আদিল হুছেইন জানাজা সম্পন্ন। হিন্দু পৰ্যটকক হত্যা কৰাত সন্ত্ৰাসবাদীক বাধা দিছিল আদিল হুছেইনে। এগৰাকী মহিলাক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল আদিলে।

পেহেলগামত ঘোঁৰা চালক হিচাপে আছিল চৈয়দ আদিল হুছেইন শ্বাহ। আততায়ীৰ নৃশংসতাৰ বলি হ’ল কাশ্মীৰী যুৱকজনৰ মৃত্যুত শোক প্ৰকাশ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।

Wordpress Social Share Plugin powered by Ultimatelysocial