Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

পুনৰ তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাত পতিত। ৫খন বাছৰ মাজত ভংকৰ সংঘৰ্ষ। জম্মু-কাশ্মীৰত অমৰনাথ তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাত পতিত। ৫খন বাছতে আছিল তীৰ্থ যাত্ৰী। সংঘৰ্ষত আহত হৈছে ৩৬গৰাকীতকৈও অধিক তীৰ্থযাত্ৰী। আহত যাত্ৰীসকলক ৰামবন জিলা হাস্পতালত ভৰ্তি। দুৰ্ঘটনাত মৃত্যু হোৱা নাই কোনো যাত্ৰীৰ। উল্লেখ্য যে পূৰ্বেও সংঘটিত হৈছে সেই স্থানত বহু কেইখন তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনা। বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে। ঘটনাস্থলীত উপস্থিত আৰক্ষী। অমৰনাথলৈ আহিছিল বাছকেইখনত বহু যাত্ৰী। সকলো যাক্ৰীকে সুকলমে উদ্ধাৰৰ অভিযান অব্যাহত।

Wordpress Social Share Plugin powered by Ultimatelysocial