ধনাঢ্য মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষত আছে চন্দ্ৰ বাবু নাইডু। আটাইতকৈ বেছি সম্পত্তিৰ পৰিমাণেৰে তালিকাৰ প্ৰথম স্থানত আছে
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডু। নাইডুৰ সম্পত্তিৰ পৰিমাণ ৯১৩ কোটি টকা বুলি ADRৰ প্ৰতিবেদনত প্ৰকাশ। ধনাঢ্য মুখ্যমন্ত্ৰীৰ তালিকাৰ দ্বিতীয় স্থানত আছে অৰুনাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু। ৩৩২ কোটিৰ সম্পত্তিৰে তালিকাৰ দ্বিতীয় স্থানত অৰুনাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু। তৃতীয় স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া। ৫১ কোটিৰ সম্পত্তিৰ অধিকাৰী কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া।
১৭ কোটি সম্পত্তি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ADRৰ প্ৰতিবেদনৰ তথ্য অনুসৰি ১৭ কোটিৰ সম্পত্তিকৰে তালিকাৰ নৱম স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাত্ৰ ৫৫ লাখৰ সম্পত্তিৰে দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত আচে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ নাম।