Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

দেশত আহিছে চীনৰ পৰা আন এক ভাইৰাছ। HMPV ভাইৰাছ আক্ৰান্ত ইজনৰ পিছত সিজনকৈ লোক। দেশত শিশু সহ ৬জনৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ। শীতৰ সময়ত অধিক সংক্ৰমণ হয় HMPV ভাইৰাছ। জ্বৰ, কাঁহ হৈছে এই ভাইৰাছৰ প্ৰাথমিক লক্ষণ।


২০০১ চনত প্ৰথম ধৰা পৰিছিল HMPV ভাইৰাছত আক্ৰান্ত ৰোগী। HMPVত আক্ৰান্ত ৰোগীৰ পৰাও সহজে আপোনাৰ দেহলৈ আহিব পাৰে এই ভাইৰাছ। ভাৰতত ৩ শিশুৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ। বৰ্তমান HMPVত আক্ৰান্ত ৩ শিশুৱে সুস্থ।


দেশত ২৪ ঘণ্টাত ৬ জনলৈ বৃদ্ধি HMPV আক্ৰান্ত ৰোগী। জ্বৰ, কাঁহ, উশাহ-নিশাহ লোৱাত কষ্ট পোৱাটো HMPV ভাইৰাছৰ লক্ষণ।
HMPV ভাইৰাছক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি সংবাদমেল যোগে প্ৰকাশ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাৰ।


এই ভাইৰাছৰ সৈতে যুঁজিবলৈ সম্পূৰ্ণ সাজু ভাৰত চৰকাৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial