NIA ৰাজহুৱা কৰিলে স্কেটছ। ধৰ্ম সুধি সুধি ফুৰিবলৈ যোৱা পৰ্যটকক গুলীয়াইছিল ৩ সন্ত্ৰাসবাদীয়ে।
কাশ্মীৰলৈ ফুৰিবলৈ যোৱা ২৮ পৰ্যটকক লিংগ চাই থিতাতে হত্যা কৰা হৈছিল। বাছি বাছি কেৱল হিন্দু ধৰ্মৰ পৰ্যটকক গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। ইতিমধ্যে ৩ সন্ত্ৰাসবাদীৰ NIA ৰাজহুৱা কৰিছে স্কেটছ। আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছাইফুল্লা খালিদ। ইতিমধ্যে পেহেলগামত উপস্থিত হৈছে গৃহ মন্ত্ৰী অমিত শ্বাহ। পেহেলগামত দলে বলে নামিছে ভাৰতীয় সেনা। নিৰীহক শেষ কৰা পাকিস্তানীক শিক্ষা দিবলৈ সাজু ভাৰতীয় সেনা।