ইজৰাইলত বেলিষ্টিক মিছাইলেৰে নিশা আক্ৰমণ ইৰাণৰ। ক্ৰমাত্ ভয়ংকৰ ৰূপ লৈছে ইৰাণ-ইজৰাইলৰ যুদ্ধই। ইজৰাইলৰ ওপৰত ওৰে নিশা আক্ৰমণ চলালে
ইৰাণে। দশম দিনত ভৰি দিলে ইৰাণ-ইজৰাইলৰ যুদ্ধই। ধ্বংসস্তুপত পৰিণত ইজৰাইল। ইতিমধ্যে ইজৰালবাসী এৰিছে নিজৰ ঘৰ-বাৰী। তালি টোপোলা বান্ধি
ইজৰালবাসীয়ে এৰিছে নিজৰ ঘৰ। ইয়াৰ বিপৰিতে আক্ৰমণ বন্ধ কৰিব লাগে বুলি ইজৰাইলবাসীয়ে কৰিছে প্ৰতিবাদ। ইৰানক প্ৰত্যুত্তৰ দিবলৈ সাজু ইজৰাইল। যিকোনো মূহুৰ্তত শক্তি প্ৰদৰ্শন কৰিব ইজৰাইলে। ইজৰাইলেও আক্ৰমণ কৰিব ইৰানত। জেট বিমানেৰে ইৰান আক্ৰমণ কৰিবলৈ সাজু ইজৰাইল।